Assam General Knowledge 2023 : Important Assam Gk

 All Questions are taken from assam different exams like - DHS , DME ,ASSAM DIRECT RECRUITMENT 2022, ASSAM POLICE, APDCL, APSC etc.


For Free Mock Join Telegram : Join here

Assam General Knowledge


1) মোৱামৰীয়া বিদ্ৰাহ কেতিয়া হৈছিল ?

Ans - Starts In 1769 During Laxmi Singha

Ended In 1805 During Kamaleswar Singha

2) অসম মিহলা সমিতি কেতিয়া গঠিত হৈছিল ?

Ans - Assam Pradeshik Mahila Samity was formed in 1926 By Chandraprabha Saikiani

3)‌ বৰদলৈ ট্ৰফী প্ৰথম কিমান চনত হৈছিল ?

Ans - 1952

4) নামঘোষাত কিমানটা ঘোষা আছে?

Ans - 1000

5) কাঁহৰ বাচন নিৰ্মাণ কৰা ঠাই?

Ans - Sorthebari

6) 1930 চনত ঘূৰণীয়া মেজ মেলত প্ৰতিনিধিত্ব কৰা অসমৰ ব্যিক্তি জন কোন আছিল ?

Ans - Chandradhar Barua

7) দাণ্ডী যাত্ৰাত অংশগ্রহণ অসমৰ ব্যিক্তি জন‌ কোন?

Ans - Liladhar Baruah

8) বুদ্ধদেৱৰ  পূৰ্ণ নিবাৰণ ক'ত ?

Ans - Kushinagara ( 483 BC )

9) জয়সাগৰ পুখুৰী কোনে খন্দাইিছল?

Ans - Rudra Singha ( Sukhrungphaa )

10) নিম্নলিখিত  কোনজন উগ্রতাৰা দেৱালয়ৰ লগত সম্পৰ্কীত?

Ans - Shiva Singa ( Sutanphaa )

11) চুকাফাই অসমৈল অহাৰ সময়ত মৰাণ আৰু বৰাহী ৰজা কোন আছিল?

Ans - Badaucha -Moran And Thakumatha - Barahi 

12) Who wrote Assamese its formation and development?

Ans - Banikanta Kakati

13) প্ৰহ্লাদ চিৰএ কােনেৰচনাচ কৰিছিল ?

Ans - Hemswaraswati 

14) ভাৰতীয় চলিচ্চত্ৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ ছবি কোনখন  ?

Ans - Rajaharichandra (1913)

15) নিম্নলিখিত কোনটো  অসামিৰক‌ বিভাগত সেনাৰ সংখ্যা বেছি ?

Ans - CRPF

16) 2022 বৰ্ষৰ U-19 ক্ৰিকেট খেলত ভাৰতে  কোনটো   দলক পৰাজিত  কৰি বিজয়ী হৈছিল ?

Ans - England

17) 2022 বৰ্ষৰ 30 জানুৱাৰীলৈ অসমত জিলা কেইখন আছিল ?

Ans - 35 , Tamulpur in 23 Jan 2022

8) তলৰ কোনটো এটা কয়লাৰ নহয়?

Ans - Anthracite , Bituminous , Lignite ( Assam , Tertiary Period ) , Peat

19) লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 

Ans - 1894 , 21 January , Kamrup

20) যোৰহাট  সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল ?

Ans - Jagannath Barooah

21) কোনখন অধিবেশনত পূৰ্ণ স্বৰাজ উৎথাপন কৰা হৈছিল? 

Ans : Lahore 1929

22) Assam Association ৰ জন্ম কেতিয়া হৈছিল? 

Ans : 1903 , Manik Chandra Baruah




For Assam police recruitment 2023
Click here to Apply : Apply now




Thank You 

Comments

Popular posts from this blog

Online Free Mock Test | FREE MOCK | For DME & ADRE 2.0

SSC Delhi Police Recruitment 2023 - 7547 Constable Vacancies (Executive) Posts

Assam Women & Child Development 2023 Recruitment - Apply Now